এৰি-পলু
অৰ্থ
1.
এৰী মুগাৰ পোবালি; [ই জগোঁতে প্ৰায় ক'লা বৰণৰ থাকে; ছাই উৰাৰ পাছত হালধীয়া বৰণ ধৰে; তেতিয়া তাক সোণকৰীয়া বোলে; তাৰ দিনচেৰেকৰ পাছত আৰু এবাৰ মোট সলায়, তেতিয়া তাক সৰু- আখৈয়া, তাৰ পাছৰবাৰ মোট সলালে বৰ-আখৈয়া বোলে, তাৰ পাছতহে মোট সলাই মাইকী ওলায়]
the young of the eri silk- worm
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ