কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফণীধৰpho.ni.dhorProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ফণীভূজpho.ni.bhujCommon Noun
মতা ময়ূৰ চৰাই, যি তাৰ নানা-ৰঙী পাখি মেলি চালি ধৰিব পাৰে।
A male peafowl, distinguished by its crested head, brilliant blue or green plumage, and long modified back feathers that are marked with iridescent eyelike spots and that can be spread in a fanlike form.
- ফণীভূষণpho.ni.bhu.xonProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ফতফʼইতাProper Adj.
যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে
through which light passes
- ফতোবাphatobāNoun
মুছলমান শাস্ত্ৰৰ হুকুম
a command of a Mohammedan scripture; a decree; a sentence
- ফদীয়াphadīẏāAdjective
ফৈদ সম্পৰ্কীয়।
- ফনোগ্ৰামphanogrāmaNoun
টেলিফোনেৰে কৰা টেলিগ্ৰাম
phonogram
- ফন্তাphantāNoun
ফানতি; ভৰিৰ তলুবাত কাঁইটে নিবিন্ধিবৰ কাৰণে পিন্ধা ছাল বা তক্তাৰ সঁজুলি
a kind of sandal or slipper
- ফন্দphandaNoun
কুমন্ত্ৰণা; মানুহক আপদত পেলাবলৈ বা কুকাৰ্য্য সিদ্ধ কৰিবলৈ গোপনে কৰা বুদ্ধি
a stratagem; a secret design
- ফন্দিphandiNoun
কুমন্ত্ৰণা; মানুহক আপদত পেলাবলৈ বা কুকাৰ্য্য সিদ্ধ কৰিবলৈ গোপনে কৰা বুদ্ধি
a stratagem; a secret design
- ফন্দি কৰ্phon.di korVerb-Intran.
মনেৰে সাজ্ বা নোহোৱাকে হোৱা বুলি ক
to produce from imagination
- ফন্দি সাজ্phon.di xajVerb-Intran.
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্
to plot or make plans together to do something bad or illegal
- ফন্দি-ফিকিৰphon.di-phi.kirAbstract Noun
কোনো অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ দুই বা ততোধিক পক্ষৰ মাজত হোৱা গোপন বুজাবুজি।
A secret agreement between two or more parties for a fraudulent, illegal, or deceitful purpose.
- ফন্দিয়ক
ফন্দি কৰা বা কৰিব পৰা মানুহ; গোপনে কুবুদ্ধি কৰা মানুহ
a designing person
- ফন্দিয়ক্fondiyokCommon Noun
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰা ব্যক্তি।
someone who plans with someone else secretly to do something bad or illegal.
- ফন্দিয়াphandiẏāNoun
সিৰ কোঁচ খাই ভৰি ঠেৰেঙা হোবা বেমাৰ
a spasm
- ফন্দিয়াৰ
ফন্দি কৰা বা কৰিব পৰা মানুহ; গোপনে কুবুদ্ধি কৰা মানুহ
a designing person
- ফন্দিয়াৰ্fondiyarCommon Noun
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰা ব্যক্তি।
someone who plans with someone else secretly to do something bad or illegal.
- ফন্দীphandīAdjective
ফন্দি জনা; টেঙৰ; ছল কৰা; ধূৰ্ত্ত
crafty; designing
- ফন্দে-ফান্দেphande-phāndeAdverb
কোনো ফন্দি কৰি বা ফান্দত পেলাই; যেনে তেনে প্ৰকাৰে; ছলে-বলে
by hook or by crook