← ফুৰি যাওকফন্দিয়াৰঅৰ্থ1.ফন্দি কৰা বা কৰিব পৰা মানুহ; গোপনে কুবুদ্ধি কৰা মানুহa designing personসমাৰ্থক শব্দফন্দিয়ক2.গোপনে বুদ্ধি কৰা; কুমন্ত্ৰণা কৰাdesigningবিণ.সমাৰ্থক শব্দফন্দিয়কউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ