← ফুৰি যাওক

ফন্দিয়ক

অৰ্থ

1.

ফন্দি কৰা বা কৰিব পৰা মানুহ; গোপনে কুবুদ্ধি কৰা মানুহ

a designing person

সমাৰ্থক শব্দ

2.

গোপনে বুদ্ধি কৰা; কুমন্ত্ৰণা কৰা

designing

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ