কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উগুল-গুথুলugula-guthulaAdjective
উদ্বিগ্ন; অস্হিৰ; চিন্তিত
anxious; agitated
- উগুলথুগুলu.gul.thu.gulAbstract Noun
অনিশ্চয়তা বা দুৰ্ভাগ্যই সৃষ্টি কৰা মানসিক অশান্তি
distress or uneasiness of mind caused by uncertainly or misfortune
- উগ্ৰugraAdjective
প্ৰবল; চোকা; জলা
strong in taste; having a quality in a high degree; pungent
- উগ্ৰ-কৰ্ম্মাAdjective
উখৰা; ভয়-লগা কৰ্ম্ম কৰা; যেনে-"উগ্ৰ-কৰ্ম্মা পুত্ৰত মোহৰ বাঞ্ছা নাই" (শান্তিপৰ্ব্ব)।
- উগ্ৰকৰ্মাAdjective
উখৰা; ভয়-লগা কৰ্ম্ম কৰা; যেনে-"উগ্ৰ-কৰ্ম্মা পুত্ৰত মোহৰ বাঞ্ছা নাই" (শান্তিপৰ্ব্ব)।
- উগ্ৰচণ্ডা
চণ্ডিকা দেবী; দুৰ্গাৰ এটা ভীষণ ৰূপ
Caṇdikā; the terrible form of Durgā
- উগ্ৰচণ্ডী
চণ্ডিকা দেবী; দুৰ্গাৰ এটা ভীষণ ৰূপ
Caṇdikā; the terrible form of Durgā
- উগ্ৰজাতীয়তাবাদীu.gro.ja.ti.yo.ta.ba.diCommon Noun
নিজৰ জাতিৰ শ্ৰেষ্ঠতাৰ সম্পৰ্কে অহমিকাৰ ভাৱ ৰখা কোনো ব্যক্তি; জাতীয়তাৰ অতি তীব্ৰ অনুভূতি থকা লোক
a person with a prejudiced belief in the superiority of his or her own kind, an extreme bellicose nationalist
- উগ্ৰতাu.gro.taAbstract Noun
এক উচ্চ বা অত্যধিক মাত্ৰাত থকা অৱস্থা
the state or condition of being in a high or extreme degree
- উগ্ৰতাহীনu.gro.ta.hinProper Adj.
উগ্ৰ নোহোৱা, অৰ্থাত্ অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ
very humble and gentle, without much aggression.
- উগ্ৰতাৰা
দুৰ্গাৰ এটা মূৰ্ত্তি বা ৰূপ
a form of the goddess Durgā
- উগ্ৰতৰাProper Noun
স্বৰ্গদেউ শিৱসিংহই স্থাপন কৰা গুৱাহাটী উজান বজাৰত অৱস্থিত দেৱী মন্দিৰ।
a famous temple in Uzan Bazaar, a place in the eastern zone of Guwahati, Assam. Goddess Ugra Tara is the deity to whom the temple of Ugra Tara is dedicated. Ugra Tara is another form of Goddess Parvati. Ugra Tara temple was established by King Siva Singh, the ruler of that region.
- উগ্ৰদেৱProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- উগ্ৰপন্থীu.gro.pon.thiCommon Noun
ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে উগ্ৰ, চৰম আৰু যুদ্ধংদেহী পন্থা লোৱা ব্যক্তি ৷
A person who favours or uses extreme or violent methods, esp. to bring about political change.
- উগ্ৰবাদug.ro.badAbstract Noun
কোনো ৰাষ্ট্ৰতন্ত্ৰক বা জনসাধাৰণক আক্ৰমণৰ ভয় প্ৰদৰ্শণ কৰি দাবী উৎথাপন কৰা আদৰ্শবাদ৷
unlawful use or threat of violence esp. against the state or the public as a politically motivated means of attack
- উগ্ৰবাদীug.ro.ba.diCommon Noun
সমাজত সন্ত্ৰাস সৃষ্টি কৰা কোনো সংগঠনৰ সদস্য ৷
a person, usually a member of a group, who uses or advocates terrorism.
- উগ্ৰবীৰ্যProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- উগ্ৰমূৰ্তিAbstract Noun
এক খঙাল আৰু ভয়ঙ্কৰ ৰূপ
a terrible and fearsome appearance
- উগ্ৰশাস্তিug.ro.xas.tiVerbal Noun
অতি কঠোৰ বা কষ্টদায়ক শাস্তি।
a very harsh or severe punishment.
- উগ্ৰশ্ৰবাugraśrabāNoun
ৰোমহৰ্ষণৰ পুতেক পুৰাণ-বক্তা সূত।