উগ্ৰ
ugra
অৰ্থ
1.
প্ৰবল; চোকা; জলা
strong in taste; having a quality in a high degree; pungent
বিণ.
2.
ভয়ানক; ভীষণ
terrible
বিণ.
3.
কঠোৰ; দুষ্কৰ; যেনে-"উগ্ৰ তপ"
very difficult
বিণ.
4.
নিষ্ঠুৰ
cruel
বিণ.
5.
কৰ্কশ; খঙাল
harsh; angry
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ