← ফুৰি যাওক

উগ্ৰপন্থী

u.gro.pon.thi

অৰ্থ

1.

ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে উগ্ৰ, চৰম আৰু যুদ্ধংদেহী পন্থা লোৱা ব্যক্তি ৷

A person who favours or uses extreme or violent methods, esp. to bring about political change.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উগ্ৰপন্থী · অসমীয়া অভিধান