কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্দিকৈsandikaiNoun
সাত-ঘৰীয়া আহোমৰ এঘৰ; "আদাবৰীয়া-সন্দিকৈ" চোবাঁ
one of the seven ancient aristrocratic families of the Ahoms
- সন্দিগ্দ্ধ ব্যক্তিxon.di.god.dho byok.tiCommon Noun
কোনো অপৰাধৰ সৈতে জড়িত বুলি সন্দেহ কৰা লোক
A person who is belived to have been involved in a crime
- সন্দিগ্ধxon.dig.dhoProper Adj.
অবিশ্বাস বা আস্থাহীনতাৰ ভাৱ সৃষ্টি কৰা
Causing distrust or disbelief
- সন্দিগ্ধ হxon.deh hoVerb-Trans.
কিহবাৰ বিষয়ে ভবা বা চিন্তা কৰা; আটিগুৰি,ভাল বেয়া বিচাৰ কৰা, আদি৷
to think about something and try to decide what is true, why is it like this, what will happen or what one should do etc.
- সন্দিহানsandihānaNoun
সন্দেহকাৰী।
- সন্দেশsandeśaNoun
সমাচাৰ; বাৰ্ত্তা; বাতাৰি
news; tidings
- সন্দেহsandehaNoun
সংশয়; অনিশ্চয়তা
uncertainty; doubt
- সন্দেহ কৰ্xon.deh korVerb-Trans.
কোনোবা এজনে কোনো দোষ কৰা বুলি সন্দেহ কৰ ।
To (unconfirmed) believe about someone's involvement in something heinous
- সন্দেহজনকAdjective
সন্দেহ বা সংশয় জন্মোবা
doubtful; suspicious
- সন্দেহবাদিতাxon.deh.ba.di.taAbstract Noun
সাধাৰণভাৱে গৃহীত যিকোনো জনবিশ্বাসৰ প্ৰতি সন্দেহ প্ৰকাশ কৰা স্বভাৱ
the nature of habitually doubting the authenticity of accepted beliefs
- সন্দেহবাদীxon.deh.ba.diProper Adj.
আন ব্যক্তি, ধাৰণা, ইত্যাদিক অবিশ্বাস কৰাৰ প্ৰৱণতা থকা
tending to mistrust people, ideas, etc, in general
- সন্দেহযুক্তxon.deh.juk.toProper Adj.
অবিশ্বাস বা আস্থাহীনতাৰ ভাৱ সৃষ্টি কৰা
Causing distrust or disbelief
- সন্দেহাতীতxon.de.ha.titProper Adj.
Having no dount left, what can not be doubted at all.
- সন্দেহাতীতভাৱেxon.de.ha.tit.bha.beAdverb
কোনো সন্দেহ নথকাকৈ অথবা সন্দেহৰ উৰ্দ্ধত।
without any doubt or beyond doubt.
- সন্দেহৰ অৱকাশAdjective
To believe something good about someone, rather than something bad, when you have the possibilities of doing either” or “to trust someone even though you are not certain about the truth.
- সন্দৰ্ভsandarbhaNoun
ৰচনা; প্ৰবন্ধ; উল্লেখ
reference
- সন্দৰ্ভেxon.dor.bheAdposition
কোনো উল্লেখিত বিষয়ৰ ওপৰত ৷
In reference to a given matter or subject.
- সন্দৰ্শনxon.dor.xonVerbal Noun
দেখা বা চোৱা কাৰ্য্য ।
An act of looking or seeing at somebody/something.
- সন্ধানsandhānaNoun
ধেনুত কাঁড় জুৰি কৰা লক্ষ্য
the act of taking aim, as with an arrow
- সন্ধান কৰ্xon.dhan korVerb-Trans.
কিবা বস্তু বা তথ্য বিচাৰ্
To look for something