← ফুৰি যাওক

সন্ধান

sandhāna

অৰ্থ

1.

ধেনুত কাঁড় জুৰি কৰা লক্ষ্য

the act of taking aim, as with an arrow

বি.

2.

কাঁড় মাৰ্; যেনে-"সন্ধানে কৱষ্ণৰ পাবক ভেদি: পড়িল বুলি ব্যাধ গৈল খেদি" (কীৰ্ত্তন)

অক. ধা.

3.

বুজ; বাতৰি; উবাদিহ

news; clue; whereabout

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সন্ধান · অসমীয়া অভিধান