← ফুৰি যাওক

সন্দেশ

sandeśa

অৰ্থ

1.

সমাচাৰ; বাৰ্ত্তা; বাতাৰি

news; tidings

বি.

2.

কাৰো সৈতে সাক্ষাৎ কৰিবলৈ যাওঁতে নিয়া হাত-ভেটি; যেনে-"ভাৰ্য্যাক বোলন্ত: যি পাৰা সন্দেশ: আনি দিয়া ঝাণ্টে উঠি" (কীৰ্ত্তন)

a present made to a gentleman at an interview

বি.

3.

চেনি আৰু ছানাৰে কৰা এবিধ মিঠাই

a kind of sweet-meat

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সন্দেশ · অসমীয়া অভিধান