কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পলায়ন কৰ্po.la.yon korVerb-Trans.
(কোনো ঠাই, বিপদ আদিৰ পৰা) সন্তৰ্পণে আঁতৰি যোৱা
to run away from (a place, danger, etc)
- পলায়ন বেগpo.la.yon begAbstract Noun
পলায়ন বেগ হৈছে সেইপৰিমাণৰ ন্যূনতম বেগ যি বেগ পালে কোনো বস্তুৱে পৃথিৱী বা কোনো আকাশী বস্তুৰ মহাকৰ্ষণ শক্তিক অতিক্ৰম কৰি মহাকাষলৈ যাবলৈ সক্ষম হয় ৷
In physics, escape velocity is the minimum speed needed for an object to "break free" from the gravitational attraction of a massive body. The escape velocity from earth is about 40,270 km/h (25,020 mph).
- পলায়নবাদpo.la.yon.badAbstract Noun
বাস্তৱৰ সন্মুখীন হ’ব নুখুজি পলাই থকা মনোভাৱ বা নীতি ।
An inclination to retreat from unpleasant realities through diversion or fantasy.
- পলায়নবাদীpo.la.yon.ba.diCommon Noun
যি প্ৰতিকূল পৰিস্থিতিৰ পৰা পলায়ন ক।
someone who is on the run, one who flees from uncongenial situation.
- পলিঅ’po.lio``Proper Noun
স্নায়ুক আক্ৰান্ত কৰা এবিধ ভাইৰাচজনিত ৰোগ (ইয়াৰ ফলত দেহৰ অংগৰ স্থায়ী বা অস্থায়ী পক্ষাঘাট হয়)
an acute viral disease marked by inflammation of nerve cells of the brain stem and spinal cord.
- পলিতpalitaAdjective
পকাচুলীয়া
grey-haired
- পলিতাpalitāNoun
সলিতা; শিহা; সলাকানি
the wick of a lamp
- পলিথিনpo.li.thinMaterial Noun
এবিধ প্লাষ্টিকসদৃশ পদাৰ্থ, যাক ইথিলিনৰ বহুযোজনৰ দ্বাৰা তৈয়াৰ কৰা হয় ৷ ই তাপ পালে গলি যায় ৷
a plastic polymer of ethylene used especially in packaging and insulation and that can be moulded when hot.
- পলিভিনাইল এছিটেটNoun
পলিভিনাইল এছিটেট
পলিভিনাইল এছিটেট
- পলিমাটিpo.li.ma.tiMaterial Noun
বালি আৰু বোকাৰ মধ্যৱৰ্ত্তী গুণ বিশিষ্ট অতি মিহি কণা যুক্ত এক গেদজাতীয় বস্তু, সাধাৰণতে নদীয়ে উটুৱাই অনা বোকামাটি।
A sedimentary material consisting of very fine particles intermediate in size between sand and clay
- পলীতাpo.li.taMaterial Noun
চাকি, মমবাতি, লেম্প আদি জ্বলাবলৈ ব্যৱহাৰ কৰা পকোৱা সূতা অথবা কাপোৰ |
A bundle or loose twist or braid of soft threads, or a woven strip or tube, as of cotton or asbestos, which in a candle, lamp, oil stove, cigarette lighter, or the like, serves to draw up the melted tallow or wax or the oil or other flammable liquid to be burned.
- পলীয়াpalīẏāNoun
পাল অনুসৰি কাম কৰা মানুহ
one of several persons working by rotation
- পলুpaluNoun
মুগাৰ প্ৰথমে জগি ওলাবা পোবালি [এৰি-পলু, পাট-পলু; মুগা-পলু আদি]
the young one of a silk-worm
- পলুনাশকCommon Noun
পতঙ্গৰ পলু নাশ কৰিব পৰা দ্ৰৱ্য
an agent used to kill larval pests
- পলুনাশীVerbal Adj.
পলু মাৰিব বা নাশ কৰিব পৰা
able to kill larval pests
- পলুবাpalubāTransitive verb
গোপনে নি, লুকাই থ বা লৈ যা; . কৱদ
to keep concealed; to cause to elope or run away
- পলুৱাই নেpo.lu.wai neVerb-Intran.
গোপনে প্ৰিয়জনৰ লগত পলাই যা ৷
to run away secretly with one`s beloved .
- পলোবাAdjective
কৱদ.
- পলোবাইpalobāiNoun
"পলয়া"; পল বাওঁতা।
- পল্টনpol.tonCommon Noun
এজন লেফটেনেন্টৰ অধীনত থকা সেনাৰ এটা সৰু গোট৷
a small group of an army, part of a company and is commanded by a lieutenant.