পলু
palu
অৰ্থ
1.
মুগাৰ প্ৰথমে জগি ওলাবা পোবালি [এৰি-পলু, পাট-পলু; মুগা-পলু আদি]
the young one of a silk-worm
বি.
2.
মুগাৰ ডাঙৰ পোক
a silk-worm
বি.
3.
বেৰ বা দুবাৰৰ বাটামৰ দাঁতিত (পেনেল খুবাবলৈ) কাটি দিয়া ঠেক দীঘল থোলনি
a groove
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ