← ফুৰি যাওক

পলায়নবাদী

po.la.yon.ba.di

অৰ্থ

1.

যি প্ৰতিকূল পৰিস্থিতিৰ পৰা পলায়ন ক।

someone who is on the run, one who flees from uncongenial situation.

জাতিবাচক বিশেষ্য

2.

বাস্তৱক মানিব নিবিচাৰি নিজৰ কল্পনাপ্ৰৱন মনক অগ্ৰাধিকাৰ দিয়া মনোভাৱ বা প্ৰবৃত্তি সম্পন্ন লোক ৷

the avoidance of reality by absorption of the mind in entertainment or in an imaginative situation, activity, etc.

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ