কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এহেলৈehelai
এখেত, এখেৰ, এখেৰপৰা, এখেলৈ
at this place, etc.
- এহেৰ-তেহেৰehera-teheraAdjective
অ'ৰ ত'ৰ; সম্পৰ্ক নথকা
from here and there; having no concern
- এহেৰপৰাeheraparā
এখেত, এখেৰ, এখেৰপৰা, এখেলৈ
at this place, etc.
- এহেৰুবাeherubāAdjective
আহাৰ মাহত হোবা
born, produced or grown in the month of Aṣāḍha
- এহেৰুৱাe.he.ru.waProper Adj.
আহাৰ মাহত ওপজা বা উৎপন্ন হোৱা।
born or produced in the month of Ashad.
- এহোলোকাe.ho’.lo’.kaAbstract Noun
a amount of something that can fill the mouth
- এহ্ণয়ehṇaẏaAdverb
এনেকুবা
like this
- এড়াeṛāNoun
এৰা।
- এড়া-পাতeṛā-pātaNoun
এৰাপাত। ৰ
- এড়ীeṛīNoun
এৰী।
- এড়ী পলুe.ri po.luCommon Noun
কেৱল অসমত উপলভ্য এড়ী সূতা উৎপাদন কৰা এবিধ পাটপলু
a silkworm found only in Assam that is used to produce Endi
- এড়ীয়াeṛīẏāAdjective
এৰীয়া।
- এড়ুবন্তাeṛubantāNoun
এৰুবাওঁতা; ৰাখোঁতা; যেনে-"আউৰ এডুবন্তা নাই কালৰ হাতত" (উত্তৰাকাণ্ড)।
- এড়ুৱন্তাe.ru.won.taCommon Noun
বিপদ আদিৰ পৰা ৰক্ষা কৰোঁতা ব্যক্তি
Person who saves from danger etc.
- এয়াeẏāPronoun
আগত থকা মানুহ বা বস্ত্ত, ঠিক এইটো
this (definitively used)
- এয়াৰ বাছe.yar basMaterial Noun
বহু সংখ্যক যাত্ৰী কঢ়িয়াই নিব পৰা ডাঙৰ উৰা জাহাজ ।
a large plane that carries passengers.
- এয়াৰপ’ৰ্টe.yar.portMaterial Noun
যি ঠাইৰ পৰা বিমান বা উৰাজাহাজ উৰে আৰু তাৰ বাবে প্ৰয়োজনীয় সা-সুবিধা য`ত উপলভ্য।
Place from where an aircraft operates and have necessary facilities for this purpose.
- এয়ে সেয়েeẏe, seẏePronoun
এইটোবে সেইটোবে; যেনে-"এয়ে সেয়ে গোট খাই কথাটো ডাঙৰ হৈ পৰিল।"
- এৰ'দীয়াera'dīẏāAdjective
এটা ৰ'দতে বা এদিনৰ ৰ'দতে শুকুবা; একে দিনাই শুকুবা
dried in the sun on one and the same day
- এৰণNoun
এৰা বা ত্যাগ কৰা কাৰ্য্য; . মুক্তি; ৰক্ষা; যেনে-"ইবাৰ তাৰ এৰণ নাই"
the act of leaving or abandoning ; freedom from restraint; escape