← ফুৰি যাওক

এয়ে সেয়ে

eẏe, seẏe

অৰ্থ

1.

এইটোবে সেইটোবে; যেনে-"এয়ে সেয়ে গোট খাই কথাটো ডাঙৰ হৈ পৰিল।"

সৰ্ব্ব.

2.

এইবিলাক কাৰণে; যেনে-"এয়ে সেয়ে মই যাব নোবাৰোঁ।"

সৰ্ব্ব.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ