← ফুৰি যাওক

এহেৰুৱা

e.he.ru.wa

অৰ্থ

1.

আহাৰ মাহত ওপজা বা উৎপন্ন হোৱা।

born or produced in the month of Ashad.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এহেৰুৱা · অসমীয়া অভিধান