কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নামান্তৰna.man.torAbstract Noun
কোনো শব্দ বা পদৰ স’তে একে অৰ্থ থকা আন এটা শব্দ বা পদ
A word or phrase that has a meaning the same as, or very close to, that of another word or phrase
- নামাপৰাধnāmāparādhaAdjective; Noun
বেদৰ নিন্দা, নামৰ নিন্দা, নাম-বিষয়ক কুতৰ্ক, নামত পাপ-বুদ্ধি, আন ধৰ্ম্মানুষ্ঠানক নামৰ নিচিনা ভবা, নামত অশ্ৰদ্ধা, হেলা আৰু অমনোযোগ ইত্যাদি দহোটা অপৰাধ
an offence against one's god or religion
- নামাবলীnāmābalīNoun
নামৰ সমূহ; দেবতাৰ নামৰ চাব থকা চেলেং।
- নামাৱলীna.ma.bo.liMaterial Noun
হিন্দু ধৰ্মীয় অনুষ্ঠানত পুৰোহিতে ব্যৱহাৰ কৰা এখন চাদৰ/চেলেং ৷ এই চেলেঙখনত দেৱ-দেৱীৰ নামৰ চাব থাকে ৷
A chadar used by the priests in the Hindu rituals. The chadar has god & goddess name imprinted on it.
- নামিবিয়াna.mi.bi.yaProper Noun
আফ্ৰিকাৰ দক্ষিণ অঞ্চলত অৱস্থিত এখন দেশ।
Namibia, officially the Republic of Namibia, and formerly South West Africa, is a country in southern Africa whose western border is the Atlantic Ocean.
- নামীnāmīAdjective
বিখ্যাত
- নামী-ধানnāmī-dhānaNoun
আহুধান দাই অনাৰ পাছত তাৰ নৰাৰপৰা আকৌ গজালি মেলি হোবা নতুন ধান।
- নাম্Intransitive verb
তললৈ যা; চাপৰলৈ যা
to descend
- নামৰূপnam.rupProper Noun
অসমৰ ডিব্ৰুগড় জিলাৰ উল্লেখযোগ্য স্থান৷
Important place in Dibrugarh district
- নালnālaNoun
কোনো বস্ত্তৰ হাতেৰে ধৰা ভাগ
a handle
- নাল-নথকা
without handle
- নালন্দাna.lon.daProper Noun
বিহাৰ প্ৰদেশত৷ পৌৰাণিক ভগ্নাৱশেষ আছে৷
Spread over 14 hectares, the Nalanda University Ruins Archaeological Complex is set amidst expansive lawns which offset the spectacular layout and carvings of this ancient university.
- নালায়কna.la.yokProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- নালায়েকna.la.yekProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- নালিকnālikaNoun
এবিধ নাল-যুক্ত প্ৰাচীন যুদ্ধাস্ত্ৰ।
- নালিচna.lisAbstract Noun
অসন্তুষ্টি বা নিৰানন্দ প্ৰকাশ।
expression of dissatisfaction or unhappiness.
- নালিছnālichaNoun
অভিযোগ; মোকৰ্দ্দমা
a suit or complaint
- নালীকnālīkaNoun
এবিধ নাল-যুক্ত প্ৰাচীন যুদ্ধাস্ত্ৰ।
- নালীয়াna.li.yaProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- নালে-পাতে বা বৰকৈ খটুবাnāle-pāte, bā, barakai, khaṭubā
বৰকৈ বা; বৰকৈ কাম কৰা
to realize hard work; to make work very hard