নামী-ধান
nāmī-dhāna
অৰ্থ
1.
আহুধান দাই অনাৰ পাছত তাৰ নৰাৰপৰা আকৌ গজালি মেলি হোবা নতুন ধান।
বি.
2.
ৰুবলৈ কঠীয়া তুলি নিয়াৰ পাছত বাকী থকা কঠীয়াৰপৰা গজি হোবা ধান।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ