← ফুৰি যাওক

নাল

nāla

অৰ্থ

1.

কোনো বস্ত্তৰ হাতেৰে ধৰা ভাগ

a handle

বি.

2.

ভাবিবলৈ সময় ল'বৰ নিমিত্তে বা লগাবৰ কাৰণে কথাৰ মাজে মাজে সুমাই কোবা অলাগতিয়াল কথা; কথাৰ ৰং বা ৰহণ; যেনে-"সি মোক, হৰিক চিন্তি, কিয় মাৰিলে ক'ব নোবাৰোঁ;" ইয়াত "হৰিক চিন্তি" এই দুটা শব্দ নাল

a word or phrase not necessary to the sense introduced while speaking for the sake of ornament or taking time to think

বি.

3.

বঢ়াই কোবা মিছা কথা; যেনে-"নাল লগোবা কথা"; . [আ.] ঘোঁৰাৰ খুৰাৰ তলত লগোবা অৰ্দ্ধচন্দ্ৰৰ নিচিনা লোহা

exaggeration or fabrication ; a horse-shoe

বি.

4.

এক ৰকম ভৰিত পিন্ধা অলঙ্কাৰ

an ornament for the leg

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ