কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰমশালাdho.rom.xa.laCommon Noun
মূল্যৰ বিনিময়ত অতিথিক থাকিবলৈ আশ্ৰয় আৰু সাধাৰণতে খাদ্যৰ যোগান ধৰা প্ৰতিষ্ঠান।
An establishment that provides lodging and usually meals and other services for travelers and other paying guests.
- ধৰমীdharamīAdjective
সন্ত; সাধু; ধৰ্ম্মত চলা; ন্যায়ত চলা; পৰোপকাৰী
virtuous; righteous; honest; philanthropic
- ধৰমৰ ঘটdharamara, ghaṭaNoun
বিয়াৰ হোমৰ ওচৰত কইনাৰ মোমায়েকে ধৰা মাঙ্গলিক ঘট।
- ধৰাdharāTransitive verb
ঘঁহি ধাৰ তোল্; ধাৰ দি; . কৱদ
to sharpen
- ধৰা দিdharā, di
নিজক স্ব ইচ্ছায় আনক ধৰিবলৈ দি; নিজেই দেখা দি ধৰিবলৈ দি
to offer to be seized
- ধৰা পেলাdho.ra pe.laVerb-Trans.
To notice something by careful observation
- ধৰা পৰ্dharā, par
লুকাই কাম কৰোঁতে ধৰা বা দেখা পোবা হ
to be seized or detected in doing an evil deed
- ধৰা-ধৰিdharā-dhariNoun
এটাই আনটোক ধৰা কাৰ্য্য; পৰস্পৰে ধৰা কাৰ্য্য
the act of seizing or catching one another
- ধৰা-ধৰিকৈdho.ra-dho.ri.koiVerbal Adj.
একেটা কামতে অনেকজনে ধৰি বা হাত লগাই পৰস্পৰে সহায়কৈ কৰা ৷
to do any work by helping each other.
- ধৰা-বন্ধাdharā-bandhāAdjective
ধৰি বান্ধি দিবাৰ দৰে লৰ-চৰ বা ইফাল-সিফাল হ'ব নোবৰা; অলৰ; তাঙিৰ নোবৰা; যেনে-"ধৰা-বন্ধা নিয়ম"
hard and fast; fixed; settled
- ধৰা-মেলাdho.ra-me.laAbstract Noun
কোনো কাৰ্য্য কৰাৰ বাবে বা কিবা দিয়াৰ বাবে কৰা অনুৰোধ, বিশেষকৈ সৌজন্যতা বা সহায় হিচাপে
the act of asking for something to be given or done, esp. as a favor or courtesy; solicitation or petition
- ধৰা-মেলাকৈdho.ra-me.la.koiVerbal Adj.
একেটা কামতে অনেকজনে ধৰি বা হাত লগাই পৰস্পৰে সহায়কৈ কৰা ৷
to do any work by helping each other.
- ধৰা-হাউdharā-hāuNoun
"হৈ খেদা" চোবাঁ।
- ধৰাতলNoun
(গণিত) দীঘ আৰু পুতল থকা কিন্ত্ত ঘনতা নথকা ক্ষেত্ৰ
a surface having length and breadth but without thickness
- ধৰাত্মজdho.rat.mojProper Noun
সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
the planet fourth in order from the sun
- ধৰাত্মজাProper Noun
মিথিলাৰ ৰজা জনকৰ (তোলনীয়া)জীয়েক আৰু ৰামচন্দ্ৰৰ ভাৰ্যা৷ জনক ৰজাই নাঙলৰ সীৰলুত সীতাক লাভ কৰে৷
Sita is the wife of Rama the principal characters in the Ramayana, Sita was a foundling, discovered in a furrow in a ploughed field, and for that reason is regarded as a daughter of Bhudevi, the Goddess Mother Earth. She was found and adopted by Janaka, king of Mithila.
- ধৰাধামdho.ra.dhamMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- ধৰাধৰNoun
ধৰণীধৰ।
- ধৰাশায়ীdho.ra.xa.yiVerbal Adj.
যুদ্ধত পৰাজয় হৈ মাটিত পৰি যোৱা।
fallen to the ground (after being defeated in a fight).
- ধৰিdhariIndeclinable
আৰম্ভ কৰি; যেনে-"সেই দিনা ধৰি ভাত খোবা নাই।"