← ফুৰি যাওক

ধৰা-বন্ধা

dharā-bandhā

অৰ্থ

1.

ধৰি বান্ধি দিবাৰ দৰে লৰ-চৰ বা ইফাল-সিফাল হ'ব নোবৰা; অলৰ; তাঙিৰ নোবৰা; যেনে-"ধৰা-বন্ধা নিয়ম"

hard and fast; fixed; settled

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধৰা-বন্ধা · অসমীয়া অভিধান