ধৰা-ধৰি
dharā-dhari
অৰ্থ
1.
এটাই আনটোক ধৰা কাৰ্য্য; পৰস্পৰে ধৰা কাৰ্য্য
the act of seizing or catching one another
বি.
2.
একেটডা বস্ত্তকে বহুতে ধৰা কাৰ্য্য
the act of catching hold of a thing by several persons
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ