কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰণীdharaṇīNoun
পৱথিবী
the earth
- ধৰণী ধৰ্, ধৰণী বান্ধ্
বিষ উজাব নোবৰা কৰিবলৈ সাপে কামোৰা ঠাইৰ ওপৰে মন্ত্ৰ কৰি বান্ধ দি
to tie a snake-bitten part to prevent the spread of poison
- ধৰণীকীলকdho.ro.ni.ki.lokMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- ধৰণীতলdho.ro.ni.tolMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- ধৰণীধৰNoun
পৱথিবী-ধৰোঁতা; অনন্ত নাগ
the gigantic serpent with one thousand heads, who is said to hold the earth on his head
- ধৰণীপাল
দেশ পালন কৰোঁতা; ৰজা
a king
- ধৰণীপ্লৱdho.ro.ni.plo.woMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- ধৰণীশ্বৰdho.ro.nis.worProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ধৰণীসুতাdho.ro.ni.xu.taProper Noun
মিথিলাৰ ৰজা জনকৰ (তোলনীয়া)জীয়েক আৰু ৰামচন্দ্ৰৰ ভাৰ্যা৷ জনক ৰজাই নাঙলৰ সীৰলুত সীতাক লাভ কৰে৷
Sita is the wife of Rama the principal characters in the Ramayana, Sita was a foundling, discovered in a furrow in a ploughed field, and for that reason is regarded as a daughter of Bhudevi, the Goddess Mother Earth. She was found and adopted by Janaka, king of Mithila.
- ধৰণীসূতProper Noun
সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
the planet fourth in order from the sun
- ধৰন্Common Noun
উমৈহতীয়া গুণ আৰু ধৰ্ম অনুসাৰে বিভিন্ন শ্ৰেণীসমূহ।
different classes according to common traits and characteristics.
- ধৰপাই, ধৰপ্ কৰেdharapāi, dharap, kareAdverb
ধপৰাই; ধপৰ কৰে; 'ধৰপ' শব্দ কৰি।
- ধৰফৰdho.r. pho.rAbstract Noun
ভয় বা মানসিক আকুলতাৰ বাবে কোনো কথাত লাগি থাকিব নোৱাৰা বা থিৰে থাকিব নোৱাৰা অৱস্থা
the character of not being able to focus or be stationary due to fear or anxiety
- ধৰফৰণিdharapharaṇiNoun
ছটফটনি; ইফাল-সিফালকৈ লুটি- বাগৰ মাৰি ফুৰা
tossing about in pain
- ধৰফৰাdhor.pho.raVerb-Intran.
খুব যন্ত্ৰণাত বাগৰা-বাগৰি বা চিঞৰ-বাখৰ কৰা বা বলেৰে হাত ভৰি আছাৰা ৷
to twist the body about, or squirm, as in pain, violent effort, etc.
- ধৰফৰিdharaphariNoun
ছটফটনি; ইফাল-সিফালকৈ লুটি- বাগৰ মাৰি ফুৰা
tossing about in pain
- ধৰফৰ্dharapharNoun
ছটফটনি; ইফাল-সিফালকৈ লুটি- বাগৰ মাৰি ফুৰা
tossing about in pain
- ধৰমdharamaNoun
ধৰ্ম্ম।
- ধৰম চিয়াdharama, ciẏā
ঈশ্বৰ আৰু ধৰ্ম্মৰ নাম স্মৰণ কৰাই বা সোঁবৰাই সত্য ক'বলৈ ক
to enjoin in the names of God and religion to speak the truth
- ধৰম-বিয়াdharama-biẏāNoun
শাস্তি-নোহোবা ছোবালীৰ বিয়া
marriage of a girl before her attaining puberty