← ফুৰি যাওক

ধৰণীধৰ

অৰ্থ

1.

পৱথিবী-ধৰোঁতা; অনন্ত নাগ

the gigantic serpent with one thousand heads, who is said to hold the earth on his head

বি.

2.

পৰ্ব্বত

a mountain

বি.

3.

ধৰণী বা দেশৰ গৰাকী; ৰজা

a king

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ