← ফুৰি যাওক

ধৰণী

dharaṇī

অৰ্থ

1.

পৱথিবী

the earth

বি.

2.

সাপৰ বিষ উজোবা বা কটা ঘাৰ তেজ নিবাৰণ কৰিবৰ কাৰণে দিয়া বান্ধ

a ligature tied to prevent the spread of snake poison or flow of blood from a cut

বি.

3.

চাং ধৰি থকা ধাম

a beam supporting a platform

বি.

4.

সাপৰ বিষ উজোবা বন্ধ কৰা মন্ত্ৰ

an incantation supposed to prevent the spread of snake poison

বি.

5.

আশ্ৰয়; ৰক্ষক

a supporter; a protector

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধৰণী · অসমীয়া অভিধান