কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাঁচনি অশুদ্ধNoun
আখৰ চাঁচি গুচোবা অস্ত্ৰ বা কটাৰী; . কৱদ
an erasing knife
- চাঁচোঁতা
যি চাঁচে; চাঁচি নিমজ কৰোঁতা
a man who scrapes or makes wood, etc., smooth
- চাঁচ্cām̐cTransitive verb
চোকা অস্ত্ৰেৰে কাটি ওপৰৰ ওখোৰা- মোখোৰা ভাগ গুচাই সমান বা মিহি কৰ্; অস্ত্ৰেৰে কাটি নিমজ কৰ্
to scrape and smooth with a cutting weapon
- চাঁচৰিcām̐cariNoun
চোঁচৰোবা বা লৰচৰ কৰা কথা; সত্য কথা লুকাবলৈ ফাঁকি দি কোবা কথা; সঁচা নকৈ ঘূৰাই-পকাই বা বেঁকাকৈ দিয়া উত্তৰ; টগৰ-বগৰ
prevarication; equivocal answer
- চাঁচৰি কোষা
সত্য লুকাবলৈ ঘূৰাই-পকাই বা অনিশ্চিত-ৰূপে ক
to prevaricate; to equivocate
- চাঁতcām̐taNoun
পকা তেলত ৰসাল বস্ত্ত পৰিলে হোবাৰ নিচিনা শব্দ; সেই নিচিনা হঠাৎ হোয়া শব্দ
an imitative word used to express the sound produced by something moist when thrown on boiling or hot oil or a similar sound
- চাঁত কৰেsa~t ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- চাঁত কৰ্Adverb
হঠাৎ; অকস্মাত; অতি শীঘ্ৰে
suddenly
- চাঁদcām̐daNoun
চন্দ্ৰ।
- চাঁদমুখীAdjective
চন্দ্ৰমুখী।
- চাঁহিখাদকVerbal Adj.
চাঁহি, চিকৰা আদি খাব পৰা
capable of feeding on mites
- চাঁহিনাশকCommon Noun
চাঁহি আৰু চিকৰা আদি নাশ কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰৱ্য বা দৰৱ
a substance or preparation used for killing acarids, i.e. mites and ticks
- চাঁৰুলিcām̐ruliNoun
খুতৰা শাক
a pot herb
- চাঁৰুলীয়াAdjective
শিহৰিৰ নিচিনা; চাঁৰুলিৰ শিপাৰ নিচিনা ক্ষুদ্ৰ
small and minor (said of roots of plants)
- চাংcāmNoun
মঞ্চ; পাভটি; বস্ত্ত আদি থ'বৰ কাৰণে বা শুবৰ কাৰণে বাঁছৰ গাধৈ বা তক্তাৰে কৰা ওখ ঠাই [বস্ত্ত থ'বৰ কাৰণে বাঁহৰ হেদালিৰেও কৰা হয়, তাক হেদালি-চাং বোলে; কোনো কোনো চাং ওলমাই কৰা হয়, কোনো কোনোৰ খুঁটা থাকে।]
a raised bamboo platform
- চাং বঙলাsang bo.ngo.laProper Noun
ওখকৈ চাং পাতি সজা ঘৰ৷
a house with a raised platform or chang.
- চাং বাংলোsang bang.lo`Proper Noun
ওখকৈ চাং পাতি সজা ঘৰ৷
a house with a raised platform or chang.
- চাং-পতা কথা
মিছা কথা
fabricated or false story
- চাং-বঙলা
8 গোটেই ঘৰ জুৰি বাঁহৰ বা তক্তাৰ চাং থকা বঙলা
a bungalow with a raised platform
- চাংকংcāṅkamNoun
চাঙ্গৰুঙ্গ।