চাঁচ্
cām̐c
অৰ্থ
1.
চোকা অস্ত্ৰেৰে কাটি ওপৰৰ ওখোৰা- মোখোৰা ভাগ গুচাই সমান বা মিহি কৰ্; অস্ত্ৰেৰে কাটি নিমজ কৰ্
to scrape and smooth with a cutting weapon
সক. ধা.
2.
বাঢ়ৈৰ কাঠ-চঁচা অস্ত্ৰ
a carpenter's adze
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ