← ফুৰি যাওক

চাং

cām

অৰ্থ

1.

মঞ্চ; পাভটি; বস্ত্ত আদি থ'বৰ কাৰণে বা শুবৰ কাৰণে বাঁছৰ গাধৈ বা তক্তাৰে কৰা ওখ ঠাই [বস্ত্ত থ'বৰ কাৰণে বাঁহৰ হেদালিৰেও কৰা হয়, তাক হেদালি-চাং বোলে; কোনো কোনো চাং ওলমাই কৰা হয়, কোনো কোনোৰ খুঁটা থাকে।]

a raised bamboo platform

বি.

2.

ঘৰ সাজোঁতে ওপৰলৈ কাঠ, বাঁহ আদি তুলি নিবলৈ তাৰ চাৰিওফালে খুঁটাৰ ওপৰত পৰা গড়

a scaffolding

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাং · অসমীয়া অভিধান