কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাৰতবাসীbha.rot.ba.xiProper Adj.
ভাৰতত জন্ম পোৱা আৰু/বা বসবাস কৰা কোনো ব্যক্তি ৷ ভাৰতবৰ্ষৰ আন এটা নাম হিন্দুস্তান বাবে কেতিয়াবা হিন্দুস্তানী বুলিও কোৱা আৰু লিখা দেখা যায় ৷
A native or inhabitant of India. Hindustani is often used as a synonym of Indian.
- ভাৰতবৰ্ষbhāratabarṣaNoun
শকুন্তলাৰ পুত্ৰ ভৰতে শাসন কৰা দেশৰ নাম
India
- ভাৰতবৰ্ষীয়bha.rot.bor.xi.yoProper Adj.
ভাৰতৰ ভূ-খণ্ডৰ যিকোনো ঠাইৰ থলুৱা লোক বা স্থায়ী বাসিন্দা
a native or inhabitant of any place within the territory of India
- ভাৰতীbhāratīNoun
সৰস্বতী
the goddess of learning
- ভাৰতীয়bha.ro.ti.yoProper Adj.
ভাৰতত জন্ম পোৱা আৰু/বা বসবাস কৰা কোনো ব্যক্তি ৷ ভাৰতবৰ্ষৰ আন এটা নাম হিন্দুস্তান বাবে কেতিয়াবা হিন্দুস্তানী বুলিও কোৱা আৰু লিখা দেখা যায় ৷
A native or inhabitant of India. Hindustani is often used as a synonym of Indian.
- ভাৰতীয় আৰক্ষী সেৱাAdjective
One of the All India Services – its officers are employed by both the Union Government and the individual states. The service commands and provides leadership to State police forces and Union territories` police forces, Central Armed Police Forces.
- ভাৰতীয় জনতা পাৰ্টিProper Noun
১৯৮০ চনত প্ৰতিষ্ঠিত ভাৰতৰ এক ৰাজনৈতিক দল।
An Indian national political party that was formed in 1980.
- ভাৰতীয় তেল নিগমbha.ro.ti.yo tel ni.gomProper Noun
খাৰুৱা তেল আহৰণ আৰু বিপণনৰ দায়িত্বত থকা এটা চৰকাৰী খণ্ডৰ নৱৰত্ন কোম্পানী৷ তেওঁলোকৰ অধিকাংশ তৈলক্ষেত্ৰ উজনি অসমত৷
a government sector Navaratna company dedicated to exploring and marketing petroleum products with major operations in upper Assam.
- ভাৰতীয় ভাষা সংস্থানbha.ro.ti.yo bha.xa xongs.thanProper Noun
an institute of higher education in Mysore set up by the Ministry of Human Resoucrse Development, Govt of India `to co-ordinate the development of Indian Languages, to bring about the essential unity of Indian languages through scientific studies, Promote inter-disciplinary research, contribute to mutual enrichment of languages, and thus contribute towards emotional integration of people of India.` For details, please visit www.ciil.org
- ভাৰতীয় ৰেলbha.ro.ti.yo relProper Noun
ৰেল মন্ত্ৰণালয়ৰ অধীনত ভাৰতত ৰেল সেৱা আগবঢ়োৱা এটা চৰকাৰী বিভাগ৷
a Govt. of India department under the Railways Ministry. It owns and operates most of India's rail transport. It is the second largest railway network in Asia and fourth in the world.
- ভাৰতৰত্নbha.rot.rot.noProper Noun
ভাৰতৰত্ন আমাৰ দেশে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান ৷ সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয় ৷
Bharat Ratna is India's highest civilian award, awarded for the highest degrees of national service. This service includes artistic, literary, and scientific achievements, as well as "recognition of public service of the highest order.
- ভাৰন্তbhārantaNoun
পৱথিবী; জগত
world
- ভাৰন্তৰ কথা
বহুত কথা।
- ভাৰপ্ৰাপ্তbhar.prap.toCommon Noun
কোনো আন ব্যক্তিৰ ঠাইত থাকি নিজৰ দায়িত্ব পালন কৰা ব্যক্তি ৷
a person who obeys the duty or supervision in the place of other person.
- ভাৰবাহকbhar.ba.hokCommon Noun
A person or animal that carries something
- ভাৰবাহী ঘোঁৰাbhar.ba.hi gho`~.raCommon Noun
বয়-বস্তু কঢ়িওৱা ঘোঁৰা৷
a heavy, well built horse used to carry loads.
- ভাৰবাহী জন্তুCommon Noun
গধুৰ বোজা কঢ়িওৱা বা গধুৰ সঁজুলি টানিবলৈ ব্যৱহাৰ কৰা জন্তু ৷
an animal used for carrying heavy loads or pulling heavy equipment.
- ভাৰবাহী পশুCommon Noun
গধুৰ বোজা কঢ়িওৱা বা গধুৰ সঁজুলি টানিবলৈ ব্যৱহাৰ কৰা জন্তু ৷
an animal used for carrying heavy loads or pulling heavy equipment.
- ভাৰমাৰিbhāramāriNoun
কান মাৰি।
- ভাৰসাbhārasāNoun
আশা; আস্হা
hope