← ফুৰি যাওক

ভাৰসা

bhārasā

অৰ্থ

1.

আশা; আস্হা

hope

বি.

সমাৰ্থক শব্দ

2.

নিৰ্ভৰ; অবলম্বন

dependence; reliance

বি.

3.

আশা

hope

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাৰসা · অসমীয়া অভিধান