← ফুৰি যাওক

ভাৰতী

bhāratī

অৰ্থ

1.

সৰস্বতী

the goddess of learning

বি.

2.

শঙ্কৰাচাৰ্য্যৰ অনুগামী একশ্ৰেণী সন্ন্যাসীৰ উপাধি; যেনে-গিৰি, পুৰী, আনন্দ, ভাৰতী

an epithet of one of the several classes of Sannyāsīs founded by Śa ṅkarācārya

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ