কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দালচেনিdal.se.niCommon Noun
এছিয়া মহাদেশত উপলব্ধ চিনাম`মাম প্ৰজাতিৰ এবিধ গছৰ শুকান সুগন্ধী ছাল
The dried aromatic inner bark of certain tropical Asian trees in the genus Cinnamomum.
- দালদৰিদ্ৰdal.do.ri.droProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- দালমুটdālamuṭaNoun
ভজা বুট-মাহ আদি।
- দালানdālānaNoun
পকীঘৰ
a brick building
- দালালdālāla
কমিচন লৈ বা ধন লৈ বস্ত্ত বেচি বা কিনি দিওঁতা
broker
- দালালি
দালালৰ ব্যবসায়
the profession of a broker
- দালিয়াda.li.yaMaterial Noun
ঘেঁহু সৰু সৰুকৈ কাটি তৈয়াৰ কৰা এবিধ পুষ্টিকৰ খাদ্য৷
a nutritious food made of cracked wheat.
- দাশৰথda.xo.rothProper Noun
বিষ্ণুৰ সপ্তম অৱতাৰ, ৰামচন্দ্ৰ অয়োধ্যাৰ ৰজা দশৰথৰ পুতেক আৰু ৰামায়নৰ প্ৰধান নায়ক ৷
Lord Ram (Ramachandra) is the seventh incarnation of Lord Vishnu,he is the hero of the epic Ramayana. Ram, Hi is son of Dasaratha king of Ajudha. Hi is usually pictured as holding a bow and arrow, indicating his readiness to destroy evils.
- দাশৰথিdāśarathiNoun
দশৰথৰ পুতেক; ৰাম
a son of Daśaratha; Rāma
- দাসdāsaNoun
ভৱত্য
a servant
- দাস-ৰজাdāsa-rajāNoun
সত্যবতীৰ তোলনীয়া বাপেক।
- দাসত্ব
দাসৰ অবস্হা বা কাম; অধীনতা
slavery; dependence
- দাসী-সূতdāsī-sūtaNoun
নাৰদ মুনি
the sage Nārada
- দাসোহংdāsohamNoun
মই ঈশ্বৰৰ দাস এই ভাব; দাস্যভক্তি; যেনে-"কতো সবে দাসোহং ভাবনা কৰে" (ক. গী.)
the sentiment of subordination to God
- দাস্যdāsyaNoun
দাসৰ কাম বা অবস্হা
slavery; servitude
- দাস্যভক্তিda.syo.bhok.tiAbstract Noun
নিজকে ঈশ্বৰৰ সেৱক বা দাস বুলি ভবা মনোভাৱ
the feeling of being a servant or slave to God
- দাহdāhaNoun
পোৰা কাৰ্য্য
the act of burning
- দাহ কৰ্dah korVerb-Trans.
জুই লগাই ভস্ম কৰ্ ৷
Destroy by fire undergoing combustion.
- দাহক
যিহে পোৰে; দাহ কৰোঁতা
that which burns
- দাহনdāhanaNoun
পৈতৱত ধন-সম্পত্তি; সাহন
ancestral property