← ফুৰি যাওক

দাহ

dāha

অৰ্থ

1.

পোৰা কাৰ্য্য

the act of burning

বি.

2.

তাপ

heat

বি.

3.

সন্তাপ; শোক

grief

বি.

4.

হেঁপাহ

excessive fondness; longing

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দাহ · অসমীয়া অভিধান