দাস্য
dāsya
অৰ্থ
1.
দাসৰ কাম বা অবস্হা
slavery; servitude
বি.
2.
(ভক্তি-শাস্ত্ৰ) ঈশ্বৰৰ লগত প্ৰভু আৰু ভৱত্যৰ সম্বন্ধ লগাই কৰা ভক্তি; নব বিধ ভক্তিৰ এটা, যেনে-"দাস্য ভাব নিৰুপণ কৰোহো কৱষ্ণৰ" (ৰত্নাবলী)
the worshipping God by one as His servant
বি.
3.
দাসৰ; দাস-সম্পৰ্কীয়; যেনে-"দাস্যবৱত্তি"
servile
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ