কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চহালProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- চহিচcahicaNoun
ঘোঁৰাৰ আল-পৈচান কৰোঁতা
a horse-groom
- চহিচ্so.hisProper Noun
আস্তাবলত ঘোঁৰা চোৱা-চিতা কৰা লোক ।
a person whose job is to feed and take care of horses.
- চহিয়ালcahiẏālaNoun
নাও বাই নিয়া লোক।
- চহীcahī
স্বাক্ষৰ; দস্তখত
signature
- চহী কৰ্so.hi korVerb-Intran.
Writing one's name or signature on a document etc. as authorization
- চহী দেso.hi deVerb-Trans.
কোনো নথিপত্ৰৰ শেষত চহী কৰা কাৰ্য্য ৷
To sign (one's name) at the end of a document.
- চহীমোহৰীAdjective
দস্তখত আৰু মোহৰ থকা (আদালতৰ কাকত) যেনে-"চহী- মোহৰী নকল"।
- চহোঁতাcahom̐tāNoun
চাহ কৰোঁতা; খেতিয়ক
a tiller
- চহোৱাso.ho`.waVerbal Noun
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
The tilling of the soil for cultivation.
- চহৰcaharaNoun
নগৰৰ বাজে আন বসতিৰ ঠাই; গাঁও
village
- চহৰ ফুৰ্, ছহৰ ফুৰ্
গাঁবে গাঁবে বিশেষকৈ শিষ্যৰ ঘৰে ঘৰে ফুৰ্
to go about visiting disciples from village to village
- চহৰাcaharāNoun
ঠুহা।
- চহৰাঞ্চলso.ho.ran.salAbstract Noun
একে ঠাইতে বহু লোক থকা ঠাই৷
An area characterized by higher population density and vast human features in comparison to areas surrounding it. Urban areas may be cities, towns or conurbations.
- চহৰীয়াcaharīẏāNoun
চহৰৰ শান্তি ৰক্ষক; চকীয়াল
a watchman
- চহৰ্caharTransitive verb
চৰহ্।
- চহৰৰ উপকণ্ঠso.ho.ror u.po.kon.thoCommon Noun
নগৰ বা মহানগৰৰ মূল কেন্দ্ৰৰ পৰা (বহু) দূৰৈত থকা, দাঁতিকাষৰীয়া এলেকা
the parts of a town or city that are far away from the centre; the borders of a town or city
- চাcāTransitive verb
দেখ্; দৱষ্টি কৰ্
to look at; to see
- চাঁচ-যন্ত্ৰsa~s-jon.troMaterial Noun
কাঠৰ পৃষ্ঠভাগ নিমজ কৰাৰ কাৰণে ব্যৱহাৰ কৰা কুঠাৰ-সদৃশ এক সঁজুলি৷
a tool similar to an axe that is mounted cross-way and is used for chipping or slicing wood.
- চাঁচনNoun
চঁচা কাৰ্য্য
the act of scraping and smoothing