← ফুৰি যাওক

চহৰীয়া

caharīẏā

অৰ্থ

1.

চহৰৰ শান্তি ৰক্ষক; চকীয়াল

a watchman

বি.

সমাৰ্থক শব্দ

2.

চহৰত থকা। গাঁবলীয়া; চহা; নগৰীয়াৰ বিপৰীত

belonging to village; rustic

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চহৰীয়া · অসমীয়া অভিধান