← ফুৰি যাওক

চা

cā

অৰ্থ

1.

দেখ্; দৱষ্টি কৰ্

to look at; to see

সক. ধা.

2.

বিবেচনা কৰ্

to reflect upon

সক. ধা.

3.

ৰোগ পৰীক্ষা কৰি আৰোগ্য কৰিবলৈ চিকিৎসা কৰ্

to treat and cure

সক. ধা.

4.

সাবধান ল

to look after

সক. ধা.

5.

অপেক্ষা কৰ্; যেনে-"কিমান দিন চাই থাকিম"

to wait for; to want; to desire

সক. ধা.

6.

ইচ্ছা কৰ্; খোজ।

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চা · অসমীয়া অভিধান