কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যোৰ দি, যোৰ ল
সমান হ
to be equal
- যোৰ পাত্jo`r patVerb-Intran.
বংশবৃদ্ধি কৰিবলৈ যৌন সহবাস কৰ্
to have sex to reproduce, produce young
- যোৰ পাৎ
মতা-মাইকী ৰূপে একেলগ হ
to become a pair
- যোৰ যা
ওৰ যা; মতা মাইকী সংযোগ হ (পখিলা আদিৰ)
to copulate
- যোৰ- জৰীNoun
"যোঁত জৰী" চোবাঁ।
- যোৰ-জৰীjo`r-jo.riMaterial Noun
যুৱলিৰ সৈতে বলধৰ ডিঙি বন্ধা জৰী বা পঘা
the cord tying the neck of the bullock to the yoke
- যোৰণAbstract Noun
এক-সূত্ৰীয় ডি এন্ এ বা আৰ্ এন্ এ হাইদ্ৰোজেন বন্ধনীৰ সহায়ত মিলিত হৈ দ্বি-সূত্ৰীয় অণুৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া
the process of joining of single-stranded DNA or RNA by hydrogen bonds to form a double-stranded polynucleotide
- যোৰহটীয়াjor.ho.ti.yaProper Adj.
যোৰহাট জিলা বা মহানগৰত বসবাস কৰা আৰু এই ঠাইৰ সুকীয়া বৈশিষ্ট, ভাষাৰ ঠাঁচ আদি আয়ত্ব কৰা,কথাই কামে এইবিলাক অসচেতন আৰু স্বয়ংক্ৰিয় ভাবে প্ৰকাশ কৰা লোক৷
a person who lives in the city or district of Jorhat, has acquired or learnt the intrinsic qualities specific to that place and exihibit those features in his/her daily life.
- যোৰহাটjo`r.hatAbstract Noun
উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ| ১৮ শতিকাত ভোগদৈ নৈৰ পাৰৰ মাছৰহাট আৰু চকীহাট নামৰ দুখন বজাৰ থকাত এই অঞ্চলটো পৰবৰ্ত্তী কালত যোৰহাট বুলি জনাজাত হয়| যোৰহাট আহোম শাসনৰ শেষ ৰাজধানী আছিল| বৰ্ত্তমান ইয়াত অসম কৃষি বিশ্ববিদ্যালয় অৱস্থিত|
View Larger Map
An important town of Assam. JORHAT or JOREHAUT means twin markets: Macharhat and Chowkihat which existed on the two banks of the river Bhogdoi during the 18th Century, Jorhat was the last capital of the Ahom Kingdom.
COORDINATES: 26.75° N and 94.22° E

ELEVATION: 116 M (380 FEET)

TIME ZONE: IST (UTC+5:30)

POPULATION (2001) : 66,450

POSTAL CODES - 785001

TELEPHONE CODE- (91)376

VEHICLE CODES: AS-03

- যোৰাyorāNoun
দৰা-কনিয়াৰ ৰাশি মিলন; . গায়ন-বায়নৰ দল
auspicious agreement as the horoscopes of bride and bridegroom ; a band, as of musicians
- যোৰা আহ্yorā, āh
ৰাহি আহ্; দৰা আৰু কন্যাৰ ৰাশিৰ মিল হ
to agree, as the horoscope of bride and bride-groom
- যোৰা চাyorā, cā
বিয়া পাতিবলৈ দৰা-কন্যাৰ ৰাশিৰ মিল গণি চা
to compare the stars or horoscopes of a boy and a girl going to be married
- যোৰা-মামyorā-māma
বিয়া বা কন্যাঘৰীয়া বা দৰা-কন্যাক ধেমালিতে ঠাট্টা বা নিন্দা কৰি বিয়াত গোবা নাম বা গীত
teasing marriage songs
- যোৰা-যোৰাকৈjo`.ra-jo`.ra.koiAdverb
দুটা-দুটাকৈ বা এযোৰৰ পাছত আন যোৰকৈ
in groups of two, one after the other
- যোৰাই দিyorāi, di
কোনো মতাক কোনো মাইকীৰ উপপতি বা কোনো তিৰোতাক কোনো মতাৰ উপপত্নী বুলি বাদ দি; সম্বন্ধ নথকা মতা-মাইকীৰ ভিতৰত মতা-তিৰোতাৰ সম্বন্ধ দি
accuse a man and a woman of improper intimacy
- যোৰানামjo`.ra.namAbstract Noun
বিয়ানামৰ এটি ভাগ। বিয়াত দৰা-কইনা বা আন সম্পৰ্কীয় লোকক জোকাই, ধেমালিত ঠাট্টা কৰি নামতীয়ে গোৱা বিয়া নাম৷
one kind of funny and humorous marriage song in Assam where female singers (called namoti)sing songs teasing the bride, bridegroom and other relatives. It is part of a rich culture in Assam.
- যোৰে-যোৰেjo`.re-jo`.reAdverb
দুটা-দুটাকৈ বা এযোৰৰ পাছত আন যোৰকৈ
in groups of two, one after the other
- যোৱাjo’.waAbstract Noun
বৰ্ত্তমান সময়ৰ আগেয়ে ঘটা কোনো ঘটনা৷
the events that took place earlier than the current time.
- যোৱা নিশাjo’.wa ni.xaAbstract Noun
পাৰ হৈ যোৱা নিশাটো ৷
the night just last past.
- যোৱা ৰাতিjo`.wa ra.tiAbstract Noun
পাৰ হৈ যোৱা নিশাটো ৷
the night just last past.