← ফুৰি যাওক

যোৰাই দি

yorāi, di

অৰ্থ

1.

কোনো মতাক কোনো মাইকীৰ উপপতি বা কোনো তিৰোতাক কোনো মতাৰ উপপত্নী বুলি বাদ দি; সম্বন্ধ নথকা মতা-মাইকীৰ ভিতৰত মতা-তিৰোতাৰ সম্বন্ধ দি

accuse a man and a woman of improper intimacy

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যোৰাই দি · অসমীয়া অভিধান