← ফুৰি যাওক

যোৰা

yorā

অৰ্থ

1.

দৰা-কনিয়াৰ ৰাশি মিলন; . গায়ন-বায়নৰ দল

auspicious agreement as the horoscopes of bride and bridegroom ; a band, as of musicians

বি.

2.

দুটা বস্ত্ত একত্ৰকৰণ; যেনে-"আনি আনি যোড়া দিয়া বান্ধন্ত সুন্দৰী" (দশম)।

বি.

3.

দুই-এজন মানুহ; যেনে-"আলহী এযোৰা আহিছে"

some person or persons

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ