কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যোত্ৰবানAdjective
ধন-সম্পত্তি থকা
rich; wealthy
- যোত্ৰহীনAdjective
ধন নথকী
poor
- যোদ্ধাyoddhāNoun
যুদ্ধ কৰা মানুহ; ৰণুবা
a warrior; a combatant
- যোদ্ধাসূলভjo’d.dha.xu.lobhProper Adj.
ৰণ কৰিবলৈ ভাল পোৱা
Aggressive and wanting to fight.
- যোধjo`dhCommon Noun
সামৰিক বাহিনীৰ যুঁজাৰু সদস্য।
The combating member of an army.
- যোধনjo`.dhonAbstract Noun
দেশ বা ৰাষ্ট্ৰৰ মাজত হোৱা সশস্ত্ৰ বিবাদ
an armed conflict between nations or states.
- যোনিyoniNoun
তিৰোতা মানুহৰ গুপ্ত অঙ্গ
the female organ
- যোনি মুদ্ৰাyoni, mudrāNoun
যোনিৰ চিন; পূজা কৰা যোনিৰ চিন থকা শিল
phallus; the female organ shaped on a stone and worshipped by some people
- যোনিদ্বাৰjo`.nid.warMaterial Noun
স্ত্ৰী যৌনাঙ্গৰ মুখ
the opening or orifice of female genitals
- যোনিমুদ্ৰাjo`.ni.mud.raAbstract Noun
যোগাভ্যাসৰ সৈতে জড়িত হাত-ভৰিৰ এক বিশেষ অৱস্থান
a particular posture or position of hands and feet in the practice of yoga
- যোনীyonīNoun
তিৰোতা মানুহৰ গুপ্ত অঙ্গ
the female organ
- যোনোyonoIndeclinable
কিজানি; যেনে-"কাকু শঙ্কৰ কয়ঃ কৰু কৰুণা নাথঃ যোনো নছাড়হোঁ ৰাম বাণী" (বৰগীত)।
- যোবাNoun
কৱদ্.
- যোবা-খোবা হyobā-khobā, ha
এবাৰ জীব যোবা এবাৰ থকা যেন হ; মৱতপ্ৰায় উভয়ৰ যোগ হৈ হোবা (শব্দ)
derivative
- যোষাjo.xaCommon Noun
প্ৰাপ্তবয়স্ক স্ত্ৰীলিঙ্গৰ মানুহ
An adult female human
- যোষিতাjo.xi.taCommon Noun
প্ৰাপ্তবয়স্ক স্ত্ৰীলিঙ্গৰ মানুহ
An adult female human
- যোষিৎjo.xitCommon Noun
প্ৰাপ্তবয়স্ক স্ত্ৰীলিঙ্গৰ মানুহ
An adult female human
- যোহিyohiPronoun
যি জনা; যি লোক।
- যোড়াyoṛāTransitive verb
যোগা; একত্ৰ কৰ্; সংগ্ৰহ কৰ্; যেনে -"তথাপি নতৈল লজ্জা। আৰকা যোড়াবে প্ৰজা" (কীৰ্ত্তন)।
- যোৰyoraNoun
যুগল
a pair; couple