← ফুৰি যাওক

যোড়া

yoṛā

অৰ্থ

1.

যোগা; একত্ৰ কৰ্; সংগ্ৰহ কৰ্; যেনে -"তথাপি নতৈল লজ্জা। আৰকা যোড়াবে প্ৰজা" (কীৰ্ত্তন)।

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যোড়া · অসমীয়া অভিধান