← ফুৰি যাওক

যোনি

yoni

অৰ্থ

1.

তিৰোতা মানুহৰ গুপ্ত অঙ্গ

the female organ

বি.

সমাৰ্থক শব্দ

2.

উৎপত্তিৰ স্হান; আকৰ

source of origin

বি.

সমাৰ্থক শব্দ

3.

জন্ম; যেনে-"বিষয় স সুখঃ সমস্ত যোনিত পায়ঃ হৰি- সেবা একো স্হানে নাই" (নামঘোষা)।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ