কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাবাপুnābāpuNoun
বায়েকে সৰু ভাইক মতা মাত।
- নাবালকnābālakaNoun
কম বয়সৰ ল'ৰা
minor
- নাবিকnābikaNoun
নাও বা জাহাজ চলাওঁতা
a boatman; a sailor
- নাবেnābe
নাহে; যেনে-"নাবে নয়নক নিন্দ, নাহি অন্ন পান" (বৰগীত)।
- নাবে-তৰেnābe-tareAdverb
পানীয়ে আৰু বামে; নাবে-বামে
both by land and by water
- নাব্যna.byoProper Adj.
নাও অথবা জাহাজ বাবৰ যোগ্য জলভাগ |
Able to be sailed on or through safely.
- নাবৰাnābarāNoun
নাওৰা।
- নাবৰীয়াnābarīẏāNoun
নাও বোবা মানুহ; নাও বাওঁতা বা চলোবা মানুহ
a boatman
- নাভিnābhiNoun
পৰমহংস ঋষভ মুনিৰ পিতৱ।
- নাভি দৈৰ্ঘ্যAbstract Noun
নাভিৰ পৰা প্ৰতিফলক তলৰ মেৰু বা লেন্সৰ আলোক কেন্দ্ৰলৈ দূৰত্ব৷
The distance from the center of a reflector to the light converging point.
- নাভিকমল
পদুমৰ দৰে সুন্দৰ নাই
a beautiful navel
- নাভিছেদনna.bhi.se.donVerbal Noun
নৱজাতকৰ নাভি বা নাই কটা কাৰ্য্য
the act of cutting off the umbilical cord
- নাভিজna.bhijProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- নাভিপদ্ন
পদুমৰ দৰে সুন্দৰ নাই
a beautiful navel
- নাভিপদ্মna.bhi.pod.moMaterial Noun
পদুম ফুলৰ দৰে সুন্দৰ নাভি বা নাই
a beautiful navel resembling a lotus
- নাভিস্থলna.bhis.tholMaterial Noun
কেঁচুৱা জন্মৰ সময়ত মাকৰ সৈতে সংযোগী নাড়িডাল কটাৰ পাছত পেটত সোঁমাজত থাকি যোৱা সৰু, ঘুৰণীয়া অংশ
the small round part in the middle of the stomach which is left after the umbilical cord ( long tube of flesh joining the baby to its mother) has been cut at birth.
- নাভীnābhīNoun
নাই
the naval
- নাভূত-নাশ্ৰুতnābhūta-nāśrutaAdjective
নাশ্ৰুত-নাভূত; নোহোবা-নোপজা।
- নামnāmaNoun
চাপৰ বা তলভাগ; অধঃ
the lower part; bottom
- নাম কাট্nāma, kāṭ
কাম বা পদৰপৰা নাম গুচা বা খেদা
to strike off the name; to dismiss; to discharge