← ফুৰি যাওক

নাভি

nābhi

অৰ্থ

1.

পৰমহংস ঋষভ মুনিৰ পিতৱ।

বি.

2.

নাই

the naval

বি.

সমাৰ্থক শব্দ

3.

চকাৰ মাজত বিন্ধা

the nave of wheel

বি.

সমাৰ্থক শব্দ

4.

সাঁচিপতীয়া পুথিৰ মাজৰ বিন্ধা।

বি.

সমাৰ্থক শব্দ

5.

বামুণৰ লগুণৰ তিনিডাল গুণ একত্ৰ কৰি মন্ত্ৰ পঢ়ি একাঙুল দীঘলকৈ দিয়া গাঁথি-বিশেষ।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাভি · অসমীয়া অভিধান