নাম
nāma
অৰ্থ
1.
চাপৰ বা তলভাগ; অধঃ
the lower part; bottom
বি.
2.
চাপৰ; তলৰ; ওপবৰ বিপৰীত; গুৰিৰ
lower
বিণ.
3.
আখ্যা; কোনো মানুহক বা বস্ত্তক জানিবৰ নিমিত্তে ব্যবহাৰ কৰা শব্দ
a name
বি.
4.
যশস্যা
fame
বি.
5.
গীত
a song
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ