কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধ্বংসিতAdjective
কাটি মাৰি নষ্ট কৰা; উচ্ছন্ন
destroyed; laid waste
- ধ্বংসীAdjective
নাশ কৰা (আন শব্দৰ পাছত থাকে)
destroying
- ধ্বংসোম্মুখdhbaṃsommukhaAdjective
যিটো প্ৰায় ধ্বংস হ'ব খুজিছে।
- ধ্বজdhbajaNoun
নিচান; পতাকা
a flag
- ধ্বজ-দণ্ডdhbaja-daṇḍaNoun
পতাকা উৰাবলৈ ব্যবহাৰ কৰা খুঁটি
flagstaff
- ধ্বজ-পীঠdhbaja-pīṭhaNoun
পতাকা উৰাবলৈ ব্যবহাৰ কৰা আধাৰ
flag- stand
- ধ্বজকMaterial Noun
ধ্বজক
ধ্বজক
- ধ্বজপোতMaterial Noun
নৌ-বাহিনীৰ অধ্যক্ষ যোৱা বা নৌ-বাহিনীৰ কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰা জাহাজ
a ship carrying the flag officer or the commander of a fleet, squadron, or the like, and displaying the officer`s flag.
- ধ্বজভংগdhbo.jo.bhong.goProper Adj.
যৌন শক্তিহীন বা প্ৰজনন ক্ষমতাহীন (পুৰুষ)
(A male) unable to achieve an erection or having lack of sexual power or reproductive ability
- ধ্বজভঙ্গNoun
লিঙ্গৰ দুৰ্ব্বলতাৰ কাৰণে তিৰোতাৰে সৈতে সহবাস কৰিব নোবৰা হোবা অবস্হা
impotency
- ধ্বজাdhbajāNoun
ধ্বজ; মিছা প্ৰদৰ্শন; ; যেনে-"হৰিনাম ধ্বজা কৰি ফুৰে আতি পাষণ্ডুসকল" (নামঘোষা)।
false show
- ধ্বজাধাৰীdbo.ja.dha.riCommon Noun
পতাকা ধাৰণ কৰোঁতা
One who holds the flag
- ধ্বজাবাহীdhwo.ja.ba.hiCommon Noun
পতাকা ধাৰণ কৰোঁতা
One who holds the flag
- ধ্বনিdhbaniNoun
অৰ্থ নথকা শব্দ; বস্ত্তবে বস্ত্তবে ঠেকা খাই ওলোবা মাত
a sound
- ধ্বনি প্ৰধানdhwo.ni pro.dhanProper Adj.
Related to / pertaining to sound
- ধ্বনি-বিপৰ্যয়Proper Noun
কোনো এটা শব্দৰ ধ্বনি বা বৰ্ণসমূহৰ মাজত স্থানৰ পৰিৱৰ্তন কৰা ভাষাতত্বৰ এক বিশেষ প্ৰক্ৰিয়া |
A linguistic process of transposition of sounds or syllables within a word or words within a sentence
- ধ্বনিতAdjective
ধ্বনি বা গাজনিৰে ভৰা
resounded
- ধ্বনিতত্ত্বdhbanitattba
কোনো এটা ভাষাত ব্যবহাৰ হোবা ধ্বনিসমূহৰ আলোচনা
phonology
- ধ্বনিতত্বdho.ni.tot.twoAbstract Noun
বিভিন্ন ভাষাত বাক-ধ্বনিৰ গঠনৰ অধ্যয়ন
The study of the structure of speech sounds in languages
- ধ্বনিবিজ্ঞানDhwo.ni.bi.gya.nAbstract Noun
বাক শব্দ অৰ্থাৎ মুখৰ ভাষাৰ উচ্চাৰণৰ বিষয়ে অধ্যয়ন
The study of speech sounds