← ফুৰি যাওক

ধ্বজভঙ্গ

অৰ্থ

1.

লিঙ্গৰ দুৰ্ব্বলতাৰ কাৰণে তিৰোতাৰে সৈতে সহবাস কৰিব নোবৰা হোবা অবস্হা

impotency

বি.

2.

শক্তিহীন পুৰুষ

impotent

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধ্বজভঙ্গ · অসমীয়া অভিধান