← ফুৰি যাওক

ধ্বনি

dhbani

অৰ্থ

1.

অৰ্থ নথকা শব্দ; বস্ত্তবে বস্ত্তবে ঠেকা খাই ওলোবা মাত

a sound

বি.

2.

ব্যঙ্গাৰ্থ; এবিধ কাব্য যি কাব্যৰ উত্কৰ্ষ বাচ্যাৰ্থতকৈ ব্যঙ্গাৰ্থত অধিক নিৰ্ভৰ কৰে।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ