কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টোপনি আঁৰ্
বান্ধি ওলমাই থ
to suspend; to hang up
- টোপনি খতি কৰ্to`.po.ni kho.ti korVerb-Trans.
টোপনি নোযোৱাকৈ সাৰে থাক্।
to remain without sleep.
- টোপনি পাৰ্, টোপনি বা
আশা পালি ৰৈ থাক্
to wait in hope
- টোপনি বঞ্চ্ṭopani, bañc
টোপনিৰপৰা বঞ্চিত হ; টোপনি নোযোবাকৈ থাক্; সাৰে থাক্; উজাগৰে থাক্
to remain awake
- টোপনি ভাংto`.po.ni bhangVerb-Trans.
কাৰোবাৰ টোপনি ভাঙি দে; টোপনিৰ পৰা সাৰ পোৱাই দে।
To break the sleep of somebody.
- টোপনি মাৰ্to`.po.ni marVerb-Intran.
to take the rest afforded by a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness; cease being awake
- টোপনি যাto’.po.ni jaVerb-Intran.
to take the rest afforded by a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness; cease being awake
- টোপনি- ৰহীয়া
টোপনি-গদুৰা
given to too much sleeping
- টোপনি-গদুৰাṭopani-gadurāAdjective
টোপনি গধুৰ বা বৰ বেছি যাৰ; বৰকৈ শোবা বা টোপনি যোবা
sleepy; given too much to sleeping
- টোপনি-গধুৰাto`.po.ni-go.dhu.raProper Adj.
বৰকৈ শোৱা মানুহ বা যাৰ টোপনি গধুৰ
a sleepy person; one who likes to sleep excessively
- টোপনি-দগুৰাAdjective
বেগাই টোপনি নভগা; বেগাই সাৰ নোপোবা
not being quickly awakened or roused from sleep
- টোপনি-ৰহীয়াto`.po.ni-ro.hi.yaProper Adj.
বৰকৈ শোৱা মানুহ বা যাৰ টোপনি গধুৰ
a sleepy person; one who likes to sleep excessively
- টোপনিয়াṭopaniẏāIntransitive verb
কলমটিয়া; টোপনিয়ে ধৰাত মূৰ দুপিয়া
to be sleepy; to drowse
- টোপলিṭopaliNoun
বৰশীৰ টোপ; টোপনি; যেনে-"ঠেং তলে ৰৌ যায়, মিটালৈ টোপলি বায়"।
- টোপাṭopāNoun
পনীয়া বস্ত্তৰ বিন্দু বা কণা; পনীয়া বস্ত্তৰ অলপমান
a drop; a small quantity of liquid
- টোপা খহুṭopā, khahuNoun
গোটা ঘূৰণীয়া খহু
a boil
- টোপা-কাঁড়ṭopā-kām̐ṛaNoun
গোটা জোঙা কাঁৰ
a pointed arrow
- টোপা-কাঁৰṭopā-kām̐raNoun
গোটা জোঙা কাঁৰ
a pointed arrow
- টোপা-খহুto`.pa-kho.huMaterial Noun
ছাল বা শৰীৰৰ ভিতৰৰ কোনো আৱৰণত হোৱা ঘা, য’ত কলা নষ্ট হয় আৰু পূঁজ জমা হয়|
a sore on the skin or a mucous membrane, accompanied by the disintegration of tissue, the formation of pus, etc.
- টোপা-গাঁঠিṭopā-gām̐ṭhiNoun
আঁতৰা-আঁতৰিকৈ দিয়া গোটা ঘূৰণীয়া গাঁঠি
a knot tied separately from another